এবাৰ মাত্ৰ দেখিয়েই এটা অত্যাধুনিক এটিএম সাজি উলিয়াইছে ৰঙিয়াৰ এজন ১২ বছৰীয়া কিশোৰে। ৰঙিয়াত বিস্ময় বালকৰূপে পৰিচিতি লাভ কৰা বাদল দাস নামৰ কিশোৰজনে কেৱল এটিএমেই নহয়, সাজি উলিয়াইছে বহু প্ৰয়োজনীয় সামগ্ৰী।
Watch to know more:

Share on FacebookShare on Google+Tweet about this on TwitterShare on LinkedIn